Ads

কমলা খোৱাৰ উপকাৰীতা, অপকাৰীতা আৰু খেতিৰ বিশেষ জানো আহক/

 


১. কমলা খোৱাৰ উপকাৰিতা:

  • কমলাত উচ্চ পৰিমাণে ভিটামিন C থাকে, যি ৰোগপ্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
  • এণ্টিঅক্সিডেণ্ট থকাৰ বাবে ছাল ভাল ৰখাত সহায় কৰে।
  • ফাইবাৰ বেছি হোৱাৰ বাবে হজমত সহায় কৰে।
  • নিয়মিতভাৱে কমলা খালে হাই ব্লাড প্ৰেশাৰ  নিয়ন্ত্ৰণ কৰে।
  • হাৰ্টৰ স্বাস্থ্য উন্নত কৰে।

২. কমলা খোৱাৰ অপকাৰিতা:

  • অত্যাধিক খালে অম্লতা (Acidity) বৃদ্ধি পায়।
  • অধিক পৰিমাণে খালে পেটৰ সমস্যা বা পাতল পেট হ'ব পাৰে।
  • মধুমেহ (Diabetes) ৰোগীৰ বাবে মাত্ৰা নিয়ন্ত্ৰণ প্ৰয়োজন।
  • কমলাত চুগাৰ থাকে, যিয়ে অধিক খালে ওজন বঢ়াব পাৰে।

৩. কমলা খেতি কেনেকৈ কৰিব পাৰি?

  • উপযুক্ত মাটি: বালিময় বা পলখোৱাজাতীয় মাটিত ভালকৈ হয়।
  • জলবায়ু: ঠাণ্ডা আৰু আর্দ্ৰ জলবায়ু উপযুক্ত।
  • বীজ বা কয়লাৰ গুটি: উন্নত প্ৰজাতিৰ বীজ ৰোপন কৰিব লাগে।
  • পানী: নিয়মিত পানী দিয়াটো জৰুৰী।
  • সাৰ: প্ৰকৃতিগত সাৰ (compost) আৰু NPK ৰ মিশ্ৰণ প্ৰয়োগ কৰিব লাগে।
  • পোক-মাকড় নিয়ন্ত্ৰণ: প্ৰয়োজন হলে কীটনাশক ব্যৱহাৰ কৰিব লাগে।

৪. অসমত ক'ত ক'ত কমলা খেতি কৰা হয়?

  • ডিব্ৰুগড়
  • শোণিতপুৰ
  • কাছাৰ
  • কাৰ্বি আংলং
  • দৰংঙ
  • লখিমপুৰ
  • বিশ্বনাথ চাৰিআলি 

৫. ভাৰতৰ কোনো কোনো ৰাজ্যত কমলা খেতি হয়?

  • অৰুণাচল প্ৰদেশ
  • অসম
  • নাগালেণ্ড
  • মেঘালয়
  • মিজোৰাম
  • মহাৰাষ্ট্ৰ
  • মধ্য প্ৰদেশ

৬. পৃথিৱীৰ কোন দেশত আটাইতকৈ বেছি কমলা উৎপাদন কৰা হয়?

  • ব্ৰাজিল (পৃথিৱীৰ সৰ্বাধিক কমলা উৎপাদন কৰা দেশ)
  • চীন
  • ভাৰত
  • মেক্সিকো
  • আমেৰিকা যুক্তৰাষ্ট্ৰ 
  • ও ভালে মাত্ৰাত কমলা খেতি কৰা হয়।


#কমলাৰ পৰা কি কি তৈয়াৰ কৰিব পাৰি:-



কমলা পৰা বিভিন্ন ধৰণৰ খাদ্য আৰু পানীয় তৈয়াৰ কৰিব পৰা যায়। তলত কিছুমান জনপ্ৰিয় ব্যৱহাৰ উল্লেখ কৰা হ’ল—

১. খাদ্য সামগ্ৰী:

ক) কমলা ৰস (Orange Juice) – সৰলভাৱে চেঁকি খাব পৰা যায়।

খ) কমলাৰ জাম (Orange Jam) :– 
কমলাৰ ৰস আৰু ছালৰ সৈতে চেনি মিহলাই প্ৰস্তুত কৰা হয়।

গ) কমলাৰ মিঠাই (Candied Orange Peel): – কমলাৰ ছাল চেনিৰে মিহলাই মিঠাই ৰূপে তৈয়াৰ কৰা হয়।

ঘ)কমলাৰ কেক (Orange Cake) :
 কমলাৰ ৰস বা ছালৰ গুৰি দি তৈয়াৰ কৰা হয়।

ঙ)কমলা আইচক্ৰীম (Orange Ice Cream): – কমলাৰ ৰস আৰু দুগ্ধজাত প্ৰস্তুতিসমূহৰ সৈতে তৈয়াৰ কৰা হয়।

 চ)কমলাৰ আচার (Orange Pickle) :– 
কমলাৰ টেঙিয়া সোৱাদৰ আচাৰ বনোৱা হয়।

) কমলা চকলেট (Orange-flavored Chocolate): – কমলাৰ সোৱাদ যুক্ত চকলেট বনোৱা হয় ।


২. পানীয় /কমলা জুচ:


(ক)কমলাৰ স্মুথি (Orange Smoothie) – কমলা, দুধ বা দৈ আৰু মৌজোল মিহলাই তৈয়াৰ কৰা হয়।

(খ)কমলা চাহ (Orange Tea) – কমলাৰ ছাল শুকুৱাই চাহৰ লগত মিহলাই খোৱা হয়। 

(গ)কমলা ককটেইল (Orange Cocktail) – বিভিন্ন পানীয়ৰ লগত কমলাৰ ৰস মিহলাই তৈয়াৰ কৰা হয়।


৩. আন উপযোগিতা:

কমলা সুবাসযুক্ত তেল (Orange Essential Oil) – আৰোমাথেৰাপী বা ছালৰ যত্নত ব্যৱহাৰ কৰা হয়।

কমলা চাবোন (Orange Soap) – কমলাৰ তেল ব্যৱহাৰ কৰি প্ৰাকৃতিক চাবোন তৈয়াৰ কৰা হয়।

কমলাৰ ছালৰ গুঁড়ি (Orange Peel Powder) – ছালৰ যত্নত ব্যৱহাৰ কৰা হয়।


কমলা কেৱল খাবলৈহে নহয়, ইয়াৰ ছাল আৰু ৰসৰ বহুমুখী ব্যৱহাৰ আছে! 


......আশা কৰো আপোনালোকে পঢ়ি ভাল পাইছে , আৰু বহুতো নজনা কথা জানিবলৈ মোৰ ব্লগ পেজটো ফ্লঅ কৰিব।

www.axomiadairy.in 
Written By Binod Doloi 


No comments

Powered by Blogger.