Assam GK in Assamese and English language /অসম বিষয়ে কিছু কথা জানো আহক/সাধৰণ জ্ঞন জানক অসমীয়া আৰু ইংৰাজী ভাষাত।
Let's learn something about Assam/Assam GK in Assamese and English language /অসম বিষয়ে কিছু কথা জানো আহক/সাধৰণ জ্ঞন জানক অসমীয়া আৰু ইংৰাজী ভাষাত।
1/Who made the first Assamese film?
Answer: Jyoti Prasad Agrawal.
১/অসমীয়া প্ৰথমখন ছবি কোনে বনাইছিল?
উত্তৰ :-জ্যোতিপ্ৰসাদ আগৰৱালা দেবে অসমীয়া প্ৰথমখন ছবি বনাইছিল।
2/What is the name of the first film director of Assam?
Ans: Pramthesh Baroua.
২/অসমৰ সর্বপ্রথম কথাছবি পৰিচালক জনৰ নাম কি?
উত্তৰ: অসমৰ সর্বপ্রথম কথাছবি পৰিচালক জনৰ নাম হৈছে প্রমথেশ বৰুৱা।
3. What is the old name of Assam?
Ans: Kamrup (Pragjyotishpur).
৩. অসমৰ পুৰণি নাম কি?
উত্তৰ: অসমৰ পুৰণি নাম কামৰূপ (প্ৰাগজ্যোতিষপুৰ)।'
4. Who was the first Assamese President of Assam?
Answer: Fakhruddin Ali Ahmed was the first Assamese President of Assam.
4. অসমৰ সর্বপ্রথম অসমীয়া ৰাষ্ট্রপতি কোন?
উত্তৰঃ ফখৰুদ্দিন আলী আহমেদ অসমৰ সর্বপ্রথম অসমীয়া ৰাষ্ট্রপতি ।
5. What is the name of the first prose writer of Assam?
Answer: Bhattadeva.
৫/ অসমৰ প্ৰথম গদ্য লেখক জনৰ নাম কি?
উত্তৰঃ ভট্টদেৱ অসমৰ প্ৰথম গদ্য লেখক ।
6. What is the name of the first Assamese film?
Ans: Joymati.
৬/ প্ৰথমখন অসমীয়া ছবিৰ কি নাম ?
Ans: জয়মতী হৈছে প্ৰথমখন অসমীয়া কথা ছবি ।
7. Who was the first Assamese historian?
Ans: Haliram Dekial Fukan.
7. অসমীয়া সৰ্বপ্ৰথম বুৰঞ্জী লিখক কোন?
উত্তৰ : হলিৰাম ঢেকিয়াল ফুকন অসমীয়া সৰ্বপ্ৰথম বুৰঞ্জী লিখক।
8. Who was the first to grow tea in Assam?
Ans: Maniram Dewan.
৮. অসমত প্ৰথমতে চাহ খেতি কোনে কৰিছিল ?
Ans: মণিৰাম দেৱানে অসমত প্ৰথমতে চাহ খেতি কৰিছিল।
9. Who was the first Assamese playwright? Answer: Braj Sharma.
9. সর্বপ্রথম অসমীয়া নাট্যকাৰ কোন?
উত্তৰঃ ব্ৰজ শৰ্মা সর্বপ্রথম অসমীয়া নাট্যকাৰ ।
10. Who was the first person to give his life for the country of Assam?
Ans: Piyli Fukan.
১০. অসমৰ সৰ্বপ্ৰথম দেশৰ কাৰণে প্রাণ দিওঁতা কোন ?
উত্তৰ : পিয়লী ফুকন হৈছে অসমৰ সৰ্বপ্ৰথম দেশৰ কাৰণে প্রাণ দিওঁতা দেশভক্ত।
11. Who was the first President of the National Congress of Assam?
Ans: Devkant Baroua.
11. অসমৰ সর্বপ্রথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন?
উত্তৰ: দেৱকান্ত বৰুৱা অসমৰ সর্বপ্রথম জাতীয় কংগ্ৰেছৰ সভাপতি ।
12. Who is the first woman Deputy Chief of Assam?
Ans: Shuchirta Roy Chowdhury.
১২) অসমৰ প্ৰথম মহিলা উপ-মুখ্য কোন?
উত্তৰ : শুচিত্রা ৰায়চৌধুৰী অসমৰ প্ৰথম মহিলা উপ-মুখ্য।
#কোনজন কবি বা সাহিত্যিকক কি বুলি জনা যায় -
* "কলাগুৰু " বুলি কোনজন সাহিত্যিকক কোৱা হয় ?
উত্তৰ :- বিষ্ণু ৰাভাক " কলাগুৰু " বুলি জনা যায় ।
* "ৰূপকোৱাৰ" বুলি কোনজন সাহিত্যিকক জনা যায়?
উত্তৰ :- জ্যোতিপ্ৰসাদ আগৰৱালাক "ৰূপকোৱাৰ" বুলি জনা যায় ।
* "শ্ৰমিক/ কৰ্মবীৰ" বুলি কোনজন সাহিত্যিকক জনা যায় ?
উত্তৰ :-নবীনচন্দ্ৰ বৰদলৈক "শ্ৰমিক বা কৰ্মবীৰ" বুলিও জনা যায় ।
প্ৰশ্ন " জনপ্ৰিয় বা লোকপ্ৰিয় "বুলি কোনজন সাহিত্যিকক জনা যায় ?
উত্তৰ :- গোপীনাথ বৰদলৈক "লোকপ্ৰিয় "বুলি জনা যায়।
প্ৰশ্ন / * " দেশভক্ত" বুলি কোনজন সাহিত্যিকক জনা যায় ?
উত্তৰ :- " দেশভক্ত" বুলি তৰুণৰাম ফুকনক জনা যায়।
প্ৰশ্ন /* "ত্যাগবীৰ" বুলি কোনজন সাহিত্যিকক জনা যায় ?
উত্তৰ :- "ত্যাগবীৰ" বুলি হেমচন্দ্র বৰুৱা জনঅ যায় ।
প্ৰশ্ন / * নটসূর্য বুলি কোনজন সাহিত্যিকক জনা যায়
উত্তৰ :-ফণী শর্মাক "নটসূর্য বুলি" জনা যায় ।
প্ৰশ্ন /* "সাহিত্যৰত্ন" বুলি কোনজন সাহিত্যিকক জনা যায় ?
উত্তৰ :- চন্দ্ৰধৰ বৰুৱাক "সাহিত্যৰত্ন" বুলিও জনা যায়।
প্ৰশ্ন / * "অগ্নি কবি" বুলি কোনজন সাহিত্যিকক জনা যায় ?
উত্তৰ :- কমলাকান্ত ভট্টাচাৰ্য "অগ্নি কবি" বুলিও জনা যায় ।
#অসমৰ প্ৰশ্ন উত্তৰ:-
1. What does the word Assam mean?
answer:- incomparable.
১/ অসম শব্দৰ অৰ্থ কি?
উত্তৰ:-অসম শব্দৰ অৰ্থ অতুলনীয় ।
2/ On what date is Earth Day celebrated?
Answer: 22 April.
২/ ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়?
উত্তৰ:- ২২ এপ্রিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয়।
3/ Assam has an international border with which country?
Answer: Bangladesh and Bhutan.
৩/কোনখন দেশৰ লগত অসমৰ আন্তঃৰাষ্ট্রীয় সীমা আছে?
উত্তৰঃ- বাংলাদেশ আৰু ভূটান |
4/.In which year was the Assamese language recognized as the state language?
answer:-In 1961.
৪/কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?
উত্তৰ:- ১৯৬১ চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?।
5/ In which year did Mahatma Gandhi come to Assam?
Answer:-in 1921 .
৫/ কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?
উত্তৰ:-১৯২১ চনত মহাত্মা গান্ধী অসমলৈ আহিছিল।
6/ Who designed the "Log" of the Assam Sahitya Sabha?
Answer:- Jugal Das |
৬/ অসম সাহিত্য সভাৰ "লগ"চিহ্ন কোনে ডিজাইন কৰিছে?
উত্তৰঃ- যুগল দাসে অসম সাহিত্য সভাৰ "লগ"চিহ্ন ডিজাইন কৰিছে?|
7. In which year was tea discovered in Assam?
Answer :-in 1823.
৭/ অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?
উত্তৰ:- ১৮২৩ চনত।
8/Garmpani Wildlife Sanctuary is located in which district of Assam?
Answer: Karbi Anglong.
৮/অসমৰ কোনখন জিলাত গৰমপানী বন্যপ্রাণী অভয়াৰণ্য অৱস্থিত?
উত্তৰঃ- অসমৰ কাৰ্বি আংলং জিলাত গৰমপানী বন্যপ্রাণী অভয়াৰণ্য অৱস্থিত ।
9/ What is the name of the first Assamese printed book?
Answer: Dharmopushtak .
৯/ প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি?
উত্তৰ:- প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম হৈছে ধৰ্মপুস্তক ।
10/ How many years did the Samasamara Ahom rule?
Answer:-Maximam six hundred years.
১০/সম্ভৱত আহোমে কিমান বছৰ ভাৰত ৰাজত্ব কৰিছিল?
উত্তৰ :-প্রায় ছশ বছৰ ধৰি আহোম সকলে ভাৰত ৰাজত্ব কৰিছিল।
*ভাৰতৰ কেইজমান ব্যক্তিক আন কি নামেৰে জনা যায় জানো আহক ?
* Let us know what other names some people in India are known by?
প্ৰশ্ন /* বাল গংগাধৰ তিলকক আন এটা কি নামেৰে জনা যায়?
Q. By what other name is Bal Gangadhar Tilak known?
উত্তৰ : বাল গংগাধৰ তিলকক আন নাম "লোকমান্য" বুলিও জনা যায়া।
Answer: Bal Gangadhar Tilak is also known as "Lokmanya".
প্ৰশ্ন /* জয়প্ৰকাশ নাৰায়ণক আৰু কি নামৰে জনা যায়?
Q. What else is Jaiprakash Narayan known by?
উত্তৰ : জয়প্ৰকাশ নাৰায়ণক "লোকনায়ক" নামৰেও জনা যায় ।
Answer:-Jaiprakash Narayan is also known as "Loknayak".
প্ৰশ্ন /* চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীক আৰু কি বুলি জনা যায় ?
Q. What else is Chakravarti Rajagopalachari known as?
উত্তৰ : চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীক " ৰাজাজী" বুলিও জনা যায় ।
Answer:- Chakravarti Rajagopalachari is also known as "Rajaji".
প্ৰশ্ন/ * ৰবীন্দ্ৰ নাথ ঠাকুৰৰ আন এটা নাম কি ?
Q. What is another name of Rabindranath Tagore?
উত্তৰ : ৰবীন্দ্ৰ নাথ ঠাকুৰৰ আন এটা নাম হৈছে গুৰুদেৱ বা কবি গুৰু ।
Answer:- Rabindranath Tagore is also known as Gurudev or Kabi Guru.
প্ৰশ্ন /* সুবাস চন্দ্ৰ বসুক আৰু কি নামেৰে জনা যায় ?
Q. What else is Subas Chandra Bose known by?
উত্তৰ : সুবাস চন্দ্ৰ বসুক "নেতাজী" নামেৰেও জনা যায়।
Answer:- Subas Chandra Bose "Netaji" Also known by the name.
প্ৰশ্ন /* সৰোজনী নাইডুৰ আন এটা নাম কি ?
Question /* Sarojini Naidu is another name
What?
উত্তৰ : সৰোজনী নাইডুৰ আন এটা নাম "ভাৰতৰ নাইটিংগেল" ।
Answer:- Sarojini Naidu is also known as "Nightingale of India".
প্ৰশ্ন / * লাল লাজপত ৰায় কি বুলি জনা যায় ?
Q. What is Lal Lajpat Rai known as?
উত্তৰ : লাল লাজপত ৰায়ক "পাঞ্জাৱ কেশৰী"বুলিও জনা যায় ।
Answer:- Lal Lajpat Rai is also known as "Punjab Keshari".
প্ৰশ্ন /* মোহন দাস কৰমচাদ গান্ধীক আৰু কি বুলি জনা যায় ?
Q. What else is Mohan Das Karamchad Gandhi known as?
উত্তৰ : মোহন দাস কৰমচাদ গান্ধীক "মহাত্মা বা বাপু" বুলিও জনা যায়।
Answer:-Mohan Das Karamchad Gandhi is also known as "Mahatma or Bapu" .
প্ৰশ্ন / * জৱাহৰলাল নেহৰু আৰু কি বুলি জনা যায়?
Q. What else is Jawaharlal Nehru known as?
উত্তৰ : জৱাহৰলাল নেহৰু "চাচা নেহেৰু বা পণ্ডিতজী বুলিও জনা যায় ।
Answer:- Jawaharlal Nehru "also known as Chacha Nehru or Panditji.
প্ৰশ্ন / * খান আব্দুল গফুৰ খানক কি বুলি জনা যায় ?
Q / * What is Khan Abdul Gafoor Khan known as?
উত্তৰ : খান আব্দুল গফুৰ খানক "সীমান্ত গান্ধী" বুলিও জনা যায় ।
Answer:- Khan Abdul Gafoor Khan is also known as "Border Gandhi".
*Assam GK in Assamese and English language /Let's learn something about Assam//অসম বিষয়ে কিছু কথা জানো আহক/সাধৰণ জানো আহক:-
1. Who was the first Assamese D.Litt?
Ans: Surya Kumar Bhuyan.
১.কোন আছিল প্ৰথম অসমীয়া ডি.লিট?
Ans: সূর্য কুমাৰ ভূঞা।
2. Who is the first Assamese woman to receive a doctorate?
Answer: Dr. Lakshmi Devi.
২. সর্বপ্রথম অসমীয়া মহিলা ডক্টৰেট কোন?
উত্তৰঃ ড° লক্ষ্মী দেৱী।
3. Who was the author of the first Assamese short story?
Ans: Laxminath Bezbaruah.
৩. প্রথম অসমীয়া চুটিগল্পৰ ৰচক কোন?
Ans: লক্ষ্মীনাথ বেজবৰুৱা।
4.Who was the author of the first Assamese poem?
Ans: Jatindranath Duwara.
৪. অসমীয়া প্রথম কথা-কবিতাৰ ৰচক কোন?
Ans: যতীন্দ্ৰনাথ দুৱৰা।
5. What are the four divisions of ancient Kamrup?
Ans: (1) Ratnapeeth (2) Kamapeeth (3) Swarnapeeth and (4) Souma Peeth.
৫. প্ৰাচীন কামৰূপৰ চাৰিটা ভাগ কি কি?
Ans: (১) ৰত্নপীঠ (২) কামপীঠ (৩) স্বর্ণপীঠ আৰু (৪) সৌমাৰ পীঠ।
6. What was the first Assamese Anati play?
Ans: Bean Baragi.
৬. কি আছিল প্রথম অসমীয়া অনাতীৰ নাট?
Ans: বীণ বৰাগী।
7. What was the name of the first collection of Assamese stories?
Ans: Laxminath Bezbarua "Surbhi" (1909)
৭.কি নাম আছিল প্ৰথম অসমীয়া গল্প সংকলন ?
Ans: লক্ষ্মীনাথ বেজবৰুৱা "সুৰভি" (১৯০৯)
8. What was the name of the first Assamese travel story?
Ans: Letters from England (1939) Author, Gyanada viram.
৮) প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী নাম কি আছিল?
Ans: বিলাতৰ চিঠি (১৯৩৯) লেখক, জ্ঞানদা ভিৰাম ।
9. What is the name of the first Assamese book to win the Jnanpith Award and the name of the author?
Ans: Mrityunjaya (1979), by Biretra Kumar Bhattacharya.
৯. জ্ঞানপীঠ বঁটা বিজয়ী প্রথম অসমীয়া পুথিখনৰ, নাম আৰু লেখক নাম কি?
Ans: মৃত্যুঞ্জয় (১৯৭৯), বীৰেত্ৰৰ কুমাৰ ভট্টাচার্য।
1. Who was the first Assamese D.Litt?
Ans: Surya Kumar Bhuyan.
2. Who is the first Assamese woman to receive a doctorate?
Answer: Dr. Lakshmi Devi.
3. Who was the author of the first Assamese short story?
Ans: Laxminath Bezbaruah.
4.Who was the author of the first Assamese poem?
Ans: Jatindranath Duwara.
5. What are the four divisions of ancient Kamrup?
Ans: (1) Ratnapeeth (2) Kamapeeth (3) Swarnapeeth and (4) Souma Peeth.
6. What was the first Assamese Anati play?
Ans: Bean Baragi.
7. What was the name of the first collection of Assamese stories?
Ans: Laxminath Bezbarua "Surbhi" (1909)
8. What was the name of the first Assamese travel story?
Ans: Letters from England (1939) Author, Gyanadaviram.
9. What is the name of the first Assamese book to win the Jnanpith Award and the name of the author?
Ans: Mrityunjaya (1979), by Biretra Kumar Bhattacharya.
*Let us know what other names some people in India are known by?
Q. By what other name is Bal Gangadhar Tilak known?
Answer:- Bal Gangadhar Tilak is also known as "Lokmanya".
Q. What else is Jaiprakash Narayan known by?
Answer:-Jaiprakash Narayan is also known as "Loknayak".
Q. What else is Chakravarti Rajagopalachari known as?
Answer:-Chakravarti Rajagopalachari is also known as "Rajaji".
Q. What is another name of Rabindranath Tagore?
Answer:-Rabindranath Tagore is also known as Gurudev or Kabi Guru.
Q. What else is Subas Chandra Bose known by?
Answer:-: Subas Chandra Bose "Netaji"
Also known by the name.
Question /* Sarojini Naidu is another name
What?
Answer:-Sarojini Naidu is also known as "Nightingale of India".
Q. What is Lal Lajpat Rai known as?
Answer:-Lal Lajpat Rai is also known as "Punjab Keshari".
Q. What else is Mohan Das Karamchad Gandhi known as?
Answer:-Mohan Das Karamchad Gandhi is also known as "Mahatma
or Bapu" .
Q. What else is Jawaharlal Nehru known as?
Answer: Jawaharlal Nehru "also known as Chacha Nehru or Panditji.
Q / * What is Khan Abdul Gafoor Khan known as?
Answer:-Khan Abdul Gafoor Khan is also known as "Border Gandhi".
Post a Comment